এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য ১৩ (কবি) - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Sunday, December 18, 2022

এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য ১৩ (কবি)

Your Ad Spot
মোৰ মন জয় কৰা ছাত্ৰ কবিৰকো বহুত মৰম কৰোঁ ।কিন্তু  কবিয়ে  প্ৰথম অৱস্থাত কৰা দৰে আজি কালি  মৰম নকৰে । বেটা গ'ল । কবিৰক লৈ আশা আছিল ভাল দৰে পাছ কৰাই নিয়া  কিন্তু কবিয়েও নুবুজে মোক। মোক কোনোৱে নুবুজে । কবিৰক কেতিয়াবা এনে লাগে মোৰ সোপনৰ ভাইটি । সপোনৰ ভাইটিৰ বহুবোৰ গুণেই কবিৰ ওচৰত বিচাৰি পাওঁ । কিন্তু যদি সপোনৰ ভাইটিজন হয় --পৰিচয় পোৱা নাই কিয় ? 

No comments:

Post a Comment

Post Top Ad