About me ((মোৰ বিষয়ে)) - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

About me ((মোৰ বিষয়ে))

নমস্কাৰ ,
            মোৰ প্ৰিয় ব্ল'গস্পটৰ দ্ৰষ্টাবৃন্দ
                                                      মই , শ্ৰী মিণ্টু দোলাকাষৰীয়াই মোৰ এই https://mintusuman.blogspot.com ৰ যোগেদি আপোনালোকলৈ আগবঢ়াব খুজিছোঁ অসমৰ প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়ত, উচ্চ মাধ্যমিক বিদ্যালয়ত, উচ্চতৰ মাধ্যমিক আৰু বিশ্ববিদ্যালয়ত  বিদ্যালয়ত বৰ্তমান সময়ত প্ৰচলিত হৈ থকা পাঠ্যক্ৰমসমূহৰ পাঠভিত্তিক প্ৰশ্ন-উত্তৰৰ লগতে বিগত বছৰ সমূহত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাসমূহৰ   প্ৰশ্নসমূহৰ   সৈতে   উত্তৰ পত্ৰিকাবোৰ ।  তদুপৰি আপোনালোকৰ  মনোৰঞ্জনাৰ্থে  উপস্থাপিত কৰিবলৈ মনস্হ কৰিছোঁ ভ্ৰমণ, শিক্ষা, তথা নাতিমূলক কিছু ভিডিঅ  আৰু অ'ডিঅ । কেৱল এয়াই নহয়, আৰু আপোনালোকক যোগান ধৰিবলৈ মনস্হ কৰিছোঁ নিজস্ব ৰচিত কবিতা, প্ৰৱন্ধ, গল্প, উপন্যাস ইত্যাদি ইত্যাদি । সেয়ে নিতৌ নতুনত্ব দৰ্শন কৰিবলৈ আপোনালোকে পাহৰি নাযাব ।
মোৰ বিতং বিৱৰণ :
নাম     : শ্ৰী মিণ্টু দোলাকাষৰীয়া
ঠিকনা: গাঁও : কমাৰ গাঁও ( মৰাণকাড়ী চুক)
             জিলা :ডিব্ৰুগড়
              ৰাজ্য: অসম
              চহৰ : ডিব্ৰুগড়
              পিন নং :৭৮৬৬১৪
            ইমেল আইডি:mintudulakakharia@gmail.com


1 comment:

Post Top Ad

Your Ad Spot