দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: ব্যাকৰণ

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label ব্যাকৰণ. Show all posts
Showing posts with label ব্যাকৰণ. Show all posts

Saturday, August 28, 2021

ব্যাকৰণ

9:38 PM 0
Phrasal( ফ্ৰেজেল ) verb : phrasal verb is a verb combined with an adverb or a preposition or sometimes both , to give a new meaning . Some examples are 
a)  Agree to : কোনো এটা বস্তুৰ  ক্ষেত্ৰত সন্মতি  দিয়া  বুজাবলৈ  agree ৰ লগত to ব'হে। 
    i)  I can not  agree to your proposal ( প্ৰপ'জেল - পৰামৰ্শ  বা প্ৰস্তাৱ ) .

টোকা  : Agree ৰ পাছত  থকা খালী ঠাই ডালৰ পাছত যদি  possessive( প্ৰজেচিভ ) pronoun যেনে - my , your , his , her , theirs , ours   থাকে ; তেতিয়া  খালী ঠাই ডালত to ব'হে  ।

 b) Agree with :  কোনো এটা মানুহৰ  ক্ষেত্ৰত সন্মতি  দিয়া  বুজাবলৈ  agree ৰ লগত with ব'হে।
     i) I can not agree with you .
     ii ) I agree with  him when he says that Ram did not.            do it .

টোকা : Agree পাছত থকা খালী ঠাই ডালৰ পাছত যদি  objective pronoun , যেনে --- me ,  us , you , him , her , it , them থাকে ; তেতিয়া  খালী ঠাইত with  ব'হে ।
Objective pronoun: যিবোৰ pronoun বাক্যত কেৱল  object  হিচাপেহে ব্যৱহৃত হয় , সেইবোৰ pronoun কে  objective  pronoun বোলে ।
 Objective pronoun  বোৰ হৈছে --- me , us , you , him , her , it , them .

Agree on :  কোনো এটা বিষয়ত সন্মতি  দিয়া  বুজাবলৈ Agree ৰ লগত on  ব্যৱহাৰ কৰা হয় ।
       i) I  agree with you on that point. 

Live : Live verb টোৰ লগত  at , in , on , from , by , with , for  আদি preposition বোৰ ব্যৱহাৰ কৰি  phrasal verb  গঠন কৰা  হয় । 
Live at : Live in ৰ অৰ্থ  সৰু অঞ্চলত বাস কৰা । সেয়ে-  গাঁৱৰ নাম , নগৰৰ নাম  আদিৰ আগত  in ব'হে ;  অৰ্থাৎ Live in হয় । কিন্তু  ঠাইখনৰ নাম উল্লেখ নাথাকিলে  কেৱল village বা town  থাকে তেতিয়া পৰিসীমাৰ ভিতৰত অৰ্থ দিয়ে ,তেতিয়া  live in হ'ব  । Example  : 
   i ) Modhu lives at Namrup.  
ii) Live in : Lin in ৰ অৰ্থ হ'ল  মহাদেশ, দেশ , চহৰ আদিত বাস কৰা  আৰু  কোনো পৰিসীমাৰ ভিতৰত বাস কৰা  ।
    a) মই  গাঁৱত বাস কৰোঁ  । ==> I live in  a village.
         ( নিৰ্দিষ্ট অঞ্চলৰ মাজত বাস অৰ্থত )
   b) কবিয়ে ডিব্ৰুগড়ত বাস কৰে ==> Kabir lives in।              
        Guwahati. ( ডাঙৰ চহৰৰ অৰ্থত)
 iii) Live  on : Live on ৰ অৰ্থ  হ'ল কোনো খাদ্য খাই জীয়াই। 
                       থকা । 
   a) The cow lives on grass. => গৰুৱে ঘাঁহ খাই জীয়াই 
        থাকে ।
iv) Live by : কোনো জীৱিকা উপায় বা বৃত্তিৰ যোগেদি জীৱনটো কটোৱা ।
    a) The beggar lives by begging. => ভিক্ষাৰীজনে ভিক্ষাৰ কৰি জীয়াই আছে ।
V) Live from  : Live from ৰ অৰ্থ  হ'ল  পেটে ভাতে খাই জীয়াই থকা  অৰ্থাৎ  কোনোমতে খাই বৈ জীয়াই থকা ।
       a)  He lives  from hand and mouth. 
VI ) Live  with : কাৰোবাৰ লগত  একেলগে  বাসবাস কৰা ।
         a) He lives with his uncle. 
Live for : কোনো আশা-আকাংক্ষা লৈ জীয়াই  থকা  ।

Read More

Post Top Ad

Your Ad Spot