- দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

               নাভাবিবা
অসীম সাহসৰ অঘোষ বাণী
পাৰিব লাগিব জীয়াই থাকিবলৈ
কিয় ?
প্ৰতি পলতেই জনো সংগ্ৰামৰ কৰা নাছিলা
সফলতা কাৰ ? দীচুচৰ!
নহয়,নহয়, নহয় ...............
মনত নৰলেও হ'ব 
খালৰ পৰা তুলি শোধন কৰা আলোকচিত্ৰ
 হাতৰ পৰশৰ সফলতাৰ কাঠি 
ত্যাগৰ  অমৰত্ব প্ৰতীক 
সেয়াই সময়ৰ সম্পদ। 
শোক ক'ত ? তোমাক কৰা বিশ্বাসঘাটতত ?
বিশ্বাসঘাট ক'ত ? তোমাৰ বাস্তৱ জীৱনত ?
বিশ্বাসঘাটকতা নহয় , 
এয়া জীৱন যাত্ৰাৰ ৰথ।




No comments:

Post a Comment

Post Top Ad

Your Ad Spot