দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: কমেণ্টএইএই

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label কমেণ্টএইএই. Show all posts
Showing posts with label কমেণ্টএইএই. Show all posts

Wednesday, June 1, 2022

কমেণ্ট কবিৰ

2:19 PM 0
প্ৰিয়  সহপাঠীবৃন্দ , আশা কৰি আছিলোঁ  ছাৰে টিউচন নকৰোঁ বুলি ক'লে যদিও পুনৰ কৰিব ।কিন্তু  এতিয়া  আশা নাই । সেয়ে  আমি এতিয়া কিবা এটা কৰিবলৈ হ'ল । প্ৰত্যেকে নিজৰ নিজৰ মা পাপাক কোৱা হ'ল নে ?  কাৰ কাৰ মা পাপাই ছাৰলৈ কল 
কৰিলে । মোৰ হ'লে এটাই সিদ্ধান্ত দেই ছাৰৰ ওচৰত টিউচন ল'ব নাপালে ক'তো নলওঁ । 
ভাবিছিলোঁ সভানেত্ৰী মহোদয়া দীপ্তীৰেখা আৰু  আৰু সভাপতি  আকাশদ্বীপে আমাৰ লগত আলোচনা কৰিব,কিবা সমাধান উলিয়াই ছাৰক অনুৰোধ কৰি চাম যাতে আমাক এৰি নিদিয়ে  কিন্তু দিন বাগৰি গৈ আছে দেখোন একোৱেই এতিয়ালৈকে ছাত্ৰ একতা সভাৰ সভাপতি-সভানেত্ৰী ফালৰ পৰা আহা নাই । আনৰ মুখত শুনিলোঁ, সভানেত্ৰীয়ে বোলে জয়পুৰত  ইতিমধ্যে গৈছে  ,পিছে সভাপতি মহোদয়ে আহি আছে ।কিন্তু বিষয়টোৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই ।
এতিয়া কথা হ'ল কোনে কোনে ক'ত ক'ত টিউচন ঠিক 
কৰিছা ? কোনে কোনে ক'ত ক'ত যাবা ? সকলোৱে  কমেণ্ট দিয়া । মই  হ'লে কতো নাযাওঁ ইয়াতে  কৰিম । ছাৰে বুজোৱা দৰে কোনোৱে নোবোজায় ভালদৰে । ছাৰক এবাৰ  সকলোৱে কৈ চাওঁ আহা । কি জানি  নৱম আৰু অষ্টম শ্ৰেণীৰ ক্লাছ  কমাই আনি আমাক লৈ দিব পাৰেই বা । যাৰ ছাৰৰ ওচৰত ল'বলৈ মন আছে  সকলোৱে কোৱা । 
   কথাবোৰ ভাবি চাই উত্তৰ দিয়া । 
 ইতিত 
মানসপ্ৰতীম চেতিয়া 
দীচুচ শিক্ষণকেন্দ্ৰৰ যোগান মন্ত্ৰী  
Read More

Post Top Ad

Your Ad Spot