লেখ বুলিলে কি বুজা ? লেখ কোনে জাৰি কৰিব পাৰে ? - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Tuesday, July 30, 2024

লেখ বুলিলে কি বুজা ? লেখ কোনে জাৰি কৰিব পাৰে ?

Your Ad Spot

৪। লেখ বুলিলে কি বুজা?  লেখ কোনে জাৰি কৰিব পাৰে ? সেইবোৰ কি কি? 
উত্তৰ: নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ'লে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে  নাগৰিকৰ এই অধিকাৰ ৰক্ষনাবেক্ষণ বা সাব্যস্ত কৰাৰ কাৰণে কোনো আদেশ বা নিৰ্দেশ জাৰি কৰিব পাৰে। এই আদেশ বা নির্দেশকে লেখ বুলি কোৱা হয়। 
উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহে জাৰি কৰিব পৰে । 
উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহে জাৰি কৰা  লেখসমূহ হ’ল- 
(ক) বন্দী প্রত্যক্ষীকৰন 
(খ) পৰমাধিদেশ 
(গ) নিষেধাজ্ঞা 
(ঘ) কৈফিয়ৎ তলবী 
(ঙ) উৎপ্রেষণ।

No comments:

Post a Comment

Post Top Ad