দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: ভাব সম্প্ৰসাৰণ

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label ভাব সম্প্ৰসাৰণ. Show all posts
Showing posts with label ভাব সম্প্ৰসাৰণ. Show all posts

Thursday, August 5, 2021

1)যি মূলা বাঢ়ে দুপাততে চিন ।

2:45 PM 0
যি মূলা বাঢ়ে দুপাততে চিন :  উক্ত ফকৰা যোজনাটি সততে অসমীয়া  ভাষাত প্ৰচলিত  হোৱা দেখা যায় । উক্ত যোজনাটিয়ে সৰু কালৰ কাৰ্য প্ৰণালীতে শিশুটিৰ ভৱিষ্যত কেনে হ'ব তাৰ সম্ভেদ পোৱা কথাকে প্ৰকাশ কৰে।

           মূলা হৈছে এবিধ পাচলি । মানুহে নিজৰ ব্যঞ্জনাৰ বাবে মূলাৰ বীজ সিঁচে । সেই বীজৰপৰা গজালি মেলি মূলাজোপা  দুপাত হৈ বিকশিত হওঁতেই  উমান পোৱা যে মূলাৰ মূলটো কেনেধৰণে বৃদ্ধি হ'ব । মূলাৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা এনে বৈশিষ্ট্য মানুহৰ জীৱনটো দেখা পোৱা  যায় । এটি শিশুৰ  চাল-চলন,  আচাৰ-ব্যৱহাৰ, কাৰ্য-প্ৰণালী , মানসিক ভাৱ-চিন্তা  তথা বুদ্ধিমত্তা আদিৰ ওপৰত লক্ষ্য কৰি অনুমান কৰিব পৰা যায় যে শিশুটিৰ ভৱিষ্যত জীৱন কেনে হ'ব ।
           
Read More

Post Top Ad

Your Ad Spot