অভিক্ষমতা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

অভিক্ষমতা

(১) অভিক্ষমতা হৈছে ব্যক্তিৰ জন্মগতভারে প্রাপ্ত হোৱা সুপ্ত আৰু অন্তর্নিহিত অৱস্থাত থকা যোগ্যতা বা ক্ষমতা।
(২) অভিক্ষমতাৰ তিনিটা বৈশিষ্ট্য হৈছে- (ক) অভিক্ষমতা এক বিশিষ্ট যোগ্যতা, (খ) অভিক্ষমতা ব্যক্তিৰ জন্মলব্ধ অন্তর্নিহিত গুণ আৰু (গ) অভিক্ষমতা গতিশীল।
(৩) বুদ্ধি আৰু অভিক্ষমতাৰ মাজত পার্থক্য আছে—
 (ক) বুদ্ধি জন্মগত আৰু বংশগত। আনহাতে, অভিক্ষমতা জন্মগত হোৱাৰ লগতে পৰিৱেশেহে ইয়াক প্রকাশ কৰাত সহায় কৰে, (খ) বুদ্ধি স্থিতিশীল আৰু অভিক্ষমতা গতিশীল, (৩) ব্যক্তিৰ বুদ্ধি সুপ্ত হৈ নাথাকে, আনহাতে অভিক্ষমতা ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত গুণ।
বহির্মুখী ব্যক্তিত্ব আৰু অন্তমুখী ব্যক্তিত্ব  পাৰ্থক্য :
(১) এনে ব্যক্তিত্বৰ গৰাকী আদর্শ তকৈ বাস্তৱপ্রিয় হয়।কিন্তু  এনে ব্যক্তিত্বৰ গৰাকী আদর্শপ্রিয় হোৱা দেখা যায়।
(২) এওঁলোক আশাবাদী হোৱা দেখা যায়। কিন্তু এওঁলোকে নিৰাশাহে প্রকাশ কৰে।
(৩) বন্ধু বান্ধৱীৰ সংখ্যা বেছি হয়, সহজে মিলামিছা কৰিব পাৰে।কিন্তু সহজে মিলামিছা কৰিব নোৱাৰাৰ ফলত বন্ধু বান্ধৱীৰ সংখ্যা কম হোৱা দেখা যায়।
(৪) সামাজিক পৰিবেশত আনন্দ ফুর্তি, হাঁহি তামাচা ভাল পায়।কিন্তু নিৰৱতাক বেছি পছন্দ কৰে। 
(৫) বহির্জগতৰ প্রতি আগ্রহী হয়।কিন্তু বহির্জগতৰ প্ৰতি উদাসীন মনোভাৱ দেখুৱায়।
(৬) সামাজিক কাম আৰম্ভ হৈ আগবাঢ়ি যায়।কিন্তু  সামাজিক অনুষ্ঠানসমূহৰ পৰা আঁতৰি থাকি ভাল পায়।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot