"বিশ্বখনিকৰ " কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিবলৈ বিচাৰিছে ? উত্তৰ : "বিশ্বখনিকৰ " কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে পৰমেশ্বৰ কথা কৈছে আৰু পৰমেশ্বৰেই তেওঁ সৰ্বশক্তিমান , অন্তৰ্যামী আৰু সকলোতে বিৰাজমান এই বাবেই প্ৰকাশ কৰিব বিচাৰিছে । কবিৰ মতে এই বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰ ৰচনা বাহিৰে একোৰে অস্তিত্ব নাই ।
Post Top Ad
Your Ad Spot
Wikipedia
Search results
Friday, August 13, 2021
কবিতা: বিশ্বখনিকৰ কবিতা ( দ্বাদশ শ্ৰেণী)
Tags
# দ্বাদশ শ্ৰেণী
About মিণ্টু দোলাকাষৰীয়া
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
দ্বাদশ শ্ৰেণী
Labels:
দ্বাদশ শ্ৰেণী
Subscribe to:
Post Comments (Atom)
Post Top Ad
Your Ad Spot
No comments:
Post a Comment