জীৱন মাথোঁ এটি আশা-নিৰাশাৰ প্ৰতীক - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, May 30, 2020

জীৱন মাথোঁ এটি আশা-নিৰাশাৰ প্ৰতীক

জীৱন !!!
হাবাথুৰি খোৱা এছোৱা সময়
কত সুখ দুখ যন্ত্ৰণাৰ আপাৰ কাল।
সুখৰ মিঠা মিঠা এটি সপোন
জীৱনৰ এটি ৰঙীণ পলত আৱদ্ধ ।
সপোনৰ মাজতে এটি বেটুপাটতত
বেটুপাটতেই পালোঁ তোমাৰ আভাস
নজনা নুবুজাকৈ পাশে বান্ধিলে
তোমাৰ সতে বন্ধুত্ব ।
জন সমুদ্ৰৰ মই সূক্ষ্ম জীৱ
চলন ধৰণ বুজাতো ব্যৰ্থকাৰী
কিমতে যাঁচিম তোমাক
উজ্জ্বলতাৰ কুসুমৰ সুভাস।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot