মানৱ বন্দনা
১] "মানৱ বন্দনা " কবিতাটিৰ কবিজনৰ নাম কি ?
উত্তৰ: "মানৱ বন্দনা " কবিতাটিৰ কবিজনৰ নাম হ'ল চন্দ্ৰকুমাৰ আগৰৱালা ।
২] চন্দ্ৰকুমাৰআগৰৱালাক কি কবি বুলি জনা যায় ?
উত্তৰ: চন্দ্ৰকুমাৰআগৰৱালাক প্ৰতিমা খনিকৰ কবি বুলি জনা যায় ।
৩] চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা দুখন কবিতাপুথিৰ নাম লিখা ।
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম হ'ল --'প্ৰতিমা ' আৰু 'বীণবৰাগী ' ।
৪] "প্ৰতিমাখনি সৰু,কিন্তু নিভাঁজ সোণৰ ।" -- এইকথাষাৰ কোনে কৈছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাৰ "প্ৰতিমা " কবিতাপুথি খনৰ ওপৰত মন্তব্য আগবঢ়াইছে ।
৫] চন্দ্ৰকুমাৰআগৰৱালাৰ "প্ৰতিমা " কবিতা পুথিখনত কেইটা কবিতা আছে ?
উত্তৰ :
৬] চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত কেতিয়া হৈছিল ?
৭]চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু ক'ত কেতিয়া হৈছিল ?
৮] চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা কৰা প্ৰথম কবিতাটিৰ নাম কি?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা প্ৰথমটো কবিতা হ'ল বনকুঁৱৰী ।
৯] চন্দ্ৰকুমাৰ আগৰৱালাই
১০]১১]১২]১৩]
No comments:
Post a Comment