দীচুচ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, August 29, 2019

দীচুচ

                    দীচুচ
 সৌ আকাশখনলৈ চোৱা , দীচুচ.............
 ছাগে , সমীৰেও বুজিছে ,
 কালিদাসৰ মেঘদূতৰ কাহিনী ।
 চোৱা  চুন চোৱা................
 এবাৰ অতীতক স্মৰণ কৰি চোৱা
 চৌদিশে বিস্তাৰিত , মৃদুৰ মলয়াত প্ৰৱাহিত
 মধুময় জীৱনৰ শিখা ।
 কি আপোন , কি পৰ , কত কত জঘন্য কৰ্ম ,
 ওহ্ ......................
  ------হ'ব দিয়া ! , বাদ দিয়া-----
 অ'..... পাহৰিয়েই গ'লোঁ বুলি ভাবিছা নহয় ?
নহয় জানোঁ , তোমাৰ অভিমানি স্মৃতিবোৰ ।
কেনেকৈ পাহৰিম কোৱা 
জীৱনৰ পাগুৰি দিনটিক 
বিষাদৰ পুষ্পৰে সজ্জিত দিবাটোক।


No comments:

Post a Comment

Post Top Ad

Your Ad Spot