বিশ্বখনিকৰ কবিতাটিৰ মূলভাৱ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, August 7, 2021

বিশ্বখনিকৰ কবিতাটিৰ মূলভাৱ

১) "বিশ্বখনিকৰ "  কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিবলৈ বিচাৰিছে ?          

 উত্তৰ : "বিশ্বখনিকৰ "  কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে পৰমেশ্বৰ কথা কৈছে আৰু পৰমেশ্বৰেই তেওঁ সৰ্বশক্তিমান , অন্তৰ্যামী  আৰু সকলোতে বিৰাজমান এই বাবেই প্ৰকাশ কৰিব বিচাৰিছে ।                                                          
              কবিৰ মতে এই বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰ ৰচনা বাহিৰে একোৰে অস্তিত্ব নাই ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot