মোৰ মন জয় কৰা ছাত্ৰ কবিৰকো বহুত মৰম কৰোঁ ।কিন্তু কবিয়ে প্ৰথম অৱস্থাত কৰা দৰে আজি কালি মৰম নকৰে । বেটা গ'ল । কবিৰক লৈ আশা আছিল ভাল দৰে পাছ কৰাই নিয়া কিন্তু কবিয়েও নুবুজে মোক। মোক কোনোৱে নুবুজে । কবিৰক কেতিয়াবা এনে লাগে মোৰ সোপনৰ ভাইটি । সপোনৰ ভাইটিৰ বহুবোৰ গুণেই কবিৰ ওচৰত বিচাৰি পাওঁ । কিন্তু যদি সপোনৰ ভাইটিজন হয় --পৰিচয় পোৱা নাই কিয় ?
Post Top Ad
Your Ad Spot
Wikipedia
Search results
Sunday, December 18, 2022
এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য ১৩ (কবি)
Tags
# উপন্যাস
About মিণ্টু দোলাকাষৰীয়া
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
উপন্যাস
Labels:
উপন্যাস
Subscribe to:
Post Comments (Atom)
Post Top Ad
Your Ad Spot
No comments:
Post a Comment