দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: ভাৱ সম্প্ৰসাৰণ

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label ভাৱ সম্প্ৰসাৰণ. Show all posts
Showing posts with label ভাৱ সম্প্ৰসাৰণ. Show all posts

Thursday, August 5, 2021

2) ৰাইজে নখ জোকাৰিলে নৈ বয়

3:09 PM 0
2)  ৰাইজে নখ জোকাৰিলে নৈ বয়  :  এই ফকৰা যোজনাটিৰ ব্যঞ্জনাৰ্থ হৈছে ৰাইজৰ একক প্ৰচেষ্টা আৰু সহায় সহযোগিতাৰ দ্বাৰা অনায়াসে জটিল কামকো সম্পাদন কৰি ফলপ্ৰসূ হ'ব পাৰি । 
         মানুহে হাত-ভৰি ধুই অহাৰ পাছত হাত -ভৰিৰ নখৰ পতাত কিছু সামান্য পৰিমাণে পানী লাগি থাকে । অসংখ্য মানুহৰ নখৰ পতাত লাগি থকা পানীবোৰ নিৰ্দিষ্ট  এঠাইত জমা কৰিলে বৃহৎ পৰিমাণৰ পানীৰ ভাণ্ডাৰলৈ পৰিণত হৈ নৈ দৰে সুঁতি লৈ  প্ৰৱাহিত হয় । ঠিক এনেদৰে ৰাইজে একত্ৰিত হৈ কোনো কাৰ্যৰ কাৰ্যসূচীক হাতত ল'লে অনায়াসে সেই কাৰ্য সম্পাদিত হৈ পৰে আৰু অনেক জটিল কাৰ্য তথা অসম্ভৱ কাৰ্যও  অনায়াসে সম্পাদিত হৈ উঠে । দৃষ্টান্তস্বৰূপে ৰাইজৰ একক প্ৰচেষ্টাত নামঘৰ , ৰাস্তা-পদূলি , মথাউৰি বন্ধা ইত্যাদি ইত্যাদি বৃহৎ পুঁজিৰ কামবোৰ অনায়াসে সম্পাদিত হয় ।
Read More

Post Top Ad

Your Ad Spot