Pages

Pages

Sunday, December 18, 2022

এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য ১৩ (কবি)

মোৰ মন জয় কৰা ছাত্ৰ কবিৰকো বহুত মৰম কৰোঁ ।কিন্তু  কবিয়ে  প্ৰথম অৱস্থাত কৰা দৰে আজি কালি  মৰম নকৰে । বেটা গ'ল । কবিৰক লৈ আশা আছিল ভাল দৰে পাছ কৰাই নিয়া  কিন্তু কবিয়েও নুবুজে মোক। মোক কোনোৱে নুবুজে । কবিৰক কেতিয়াবা এনে লাগে মোৰ সোপনৰ ভাইটি । সপোনৰ ভাইটিৰ বহুবোৰ গুণেই কবিৰ ওচৰত বিচাৰি পাওঁ । কিন্তু যদি সপোনৰ ভাইটিজন হয় --পৰিচয় পোৱা নাই কিয় ? 

No comments:

Post a Comment