ঠগ-বাজি
ভাল নাপাওঁ টুলুঙা আশা ,নঠওঁ হতাশিত স্বপ্ন
বহু দিবাস্বপ্ন উদ্ভাসিত হ'লেও
নিমগ্ন প্ৰতাৰণা প্ৰেমত ।
নাজানোঁ, তুমিহে জানা কিনো সেয়া প্ৰেম
য'ত ৰাখিছা ঠগ-বাজি, আৰু আকস্মিকতা ।
হ'ব দিয়া--------
অকলেই ভাল আছিলোঁ--
মা দেউতা দাদা আৰু মই
নুবুজা, কোনোৱে নোবোজে মোক ----
কোনে বুজিব------????
দহ বছৰে মনত পুহি ৰাখিছিলোঁ
কিন্তু, নুবুজিলা ।
No comments:
Post a Comment