Pages

Pages

Friday, May 15, 2020

জীৱনৰ এটি দিন

কিনো দিন আহিল
সময়ে কয় সকলো
দুচকুত ডুবিল
গোলাপতো আজি দেখোন
সুগন্ধি নাপাওঁ ।
কি পালোঁ পৰিত্যাগত
অক্ষয়ৰ দাগটি
হৃদয়ৰ দলিছাত
মৰমৰ প্ৰতিকী ।

জীৱন জুই তোমাৰ  হৃদয়ৰ
এটি উকা উকা  শলিতাহীন বন্তি
ন প্ৰকৃতিৰ নৱ লগৰী
জীৱন ৰেখাৰ গতিৰ সাল সলনি
অতীত নেউচি নতুনত্বক আদৰি ।

No comments:

Post a Comment