জীৱন !!!
হাবাথুৰি খোৱা এছোৱা সময়
কত সুখ দুখ যন্ত্ৰণাৰ আপাৰ কাল।
সুখৰ মিঠা মিঠা এটি সপোন
জীৱনৰ এটি ৰঙীণ পলত আৱদ্ধ ।
সপোনৰ মাজতে এটি বেটুপাটতত
বেটুপাটতেই পালোঁ তোমাৰ আভাস
নজনা নুবুজাকৈ পাশে বান্ধিলে
তোমাৰ সতে বন্ধুত্ব ।
জন সমুদ্ৰৰ মই সূক্ষ্ম জীৱ
চলন ধৰণ বুজাতো ব্যৰ্থকাৰী
কিমতে যাঁচিম তোমাক
উজ্জ্বলতাৰ কুসুমৰ সুভাস।
No comments:
Post a Comment