Pages

Pages

Saturday, December 9, 2023

দুষ্ক্রিয়তা বিপথগামিতা


দুষ্ক্রিয়7তা বা বিপথগামিতা : কিশোৰসকলে আইন ভংগ কৰা কাৰ্যtyক দুষ্ক্রিয়তা বা বিপথগামিতা হিচাপে আখ্যা দিয়া হয়। yyy7yuuhuuhhu দুষ্ক্রিয়তা বা2s বিপ3zz45tatxx4q565dssথগামিতাদg6t6ec5f6thf6yrtd656ft6f6tw66 সংজ্ঞা: Dr.uyy Sethnas মhhghhghhhu7uhgতে, স্থান অনুসৰি প্রýhচলিত আইনৰ দ্বাৰা নিৰ্দ্ধাৰিত বয়সৰ তলৰ কিশোৰ বা যুৱrtকে সমাজত কৰা দোষী কার্যৰ yuuyyuy6uuhhhuuলগতে কিশোৰ দুষ্কিয়তা জড়িত।  Cyril Burt নামৰ সমাজতত্ত্ববিদ গৰাকীৰ মতে, কোনো এগৰাকী শিশুৰ অসামাজিক কাৰ্য কৰাৰ প্ৰৱণতাই যেতিয়া সমাজত দোষী হিচাপে গণ্য zহৈ চৰকাৰী ব্যৱস্থা5 গ্ৰহণৰ বিষয় হয়, তেনে শিশুকেই সমাজত দুষ্ক্ৰিতিকাৰীh7iiyyy হিচাপে গণ্য কৰা fহয়।                 দুষ্ক্ৰিতিকাৰীসকলৰ কাৰ্যসমূহৰ ভিতৰত তলত উল্লেখ কৰা কাৰ্যসমূহক অন্তর্ভূক্ত কৰিব  পৰা যায়। g   (ক)পিতৃ-মাতৃৰ অনুমতি অবিহনে ঘৰৰ বাহিৰত ঘূৰিফুৰা । (খ)অauyyuশ্লীল আৰু অভদ্ৰসূচক শব্দ বা বাক্য ব্যৱহাৰ।(গ)ৰেল ষ্টেছন, ৰাস্তা বা পথ, বজাৰ আদিত ঘূৰি ফুৰা।(ঘ)জুৱা খেলা গৃহলৈ অহা যোৱা কৰা।(ঙ)যৌন অপৰাধ। (চদোকান-5ftg-বজাৰত লুট কৰা।(ছ)আনৰ বস্তু চুৰি uuuuyytyuyyyyýyuuyyyjutকৰা।(জ)আনক প্রবঞ্চনা কৰা। (ঝ)আনৰ আৰু ৰাt5জহুৱা সম্পত্তি নষ্ট কৰা।
 দুষ্ক্রিয়তাৰ শ্ৰেণী :দুষ্ক্রিয়তাক বা বিuuuuuyuhপথগামিতাক বেলেগ বেলেগ সমাজতত্ত্ববিদসকলে বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন শ্ৰেণীত শ্রেণীকৰণ কৰিছে। Nathanieal Hirsh নামৰ সমাজতত্ত্ববিদজনে দুষ্ক্রিয়তাক ছটা ভাগত শ্ৰেণীকৰণ কৰিছে -ক)আবাধ্যতা(খ)বিনা অনুমতিত পলায়ন কৰা(গ)চৌর্য কার্য।(ঘ)ব্যক্তিগত আd6cৰু ৰাজহুৱা সম্পত্তি ধ্বংস ঙ)মৰনাস্ত্ৰ ব্যৱহাৰৰ দ্বাৰা সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসা, সংঘর্ষ (চ)যৌন অপৰাধ 
সাধাৰণতে দুষ্ক্ৰিয়াত্মক কাৰ্যক আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি ভাগ ভাগ কৰিব পৰা যায়। Howard Becker এ ইয়াৰ ওপৰত ভিত্তি কৰি চাৰি প্ৰকাৰৰ দুষ্ক্ৰিয়াত্মক কাৰ্যৰ কথা উল্লেখ কৰিছে ক)ব্যক্তিগত দুষ্ক্রিয়াত্মক কার্য।খ)সমূহীয়াভাৱে সমর্থিত দুষ্ক্রিয়াত্মক কার্য।গ)সংগঠিত দুষ্ক্রিয়াত্মক কার্য। ঘ)পৰিস্থিতিমূলক দুষ্ক্রিয়াত্মক কার্য। 
দুষ্ক্রিয়কাৰী বা বিপথগামিতা সৃষ্টিৰ প্ৰধান কাৰণসমূহ: বয়সৰ ওপৰত ভিত্তি কৰি দুষ্ক্রিয়তাক বিবেচনা কৰিলেও ই এটা অসামাজিক কার্য, যি সমাজৰ স্থিৰ ভাৰসমতা আৰু অনুৰূপতা ধ্বংস কৰে। দুষ্ক্রিয়তাকাৰীকে ধৰি সমাজ পাতি বসবাস কৰা প্ৰতিজন ব্যক্তিৰ চৰিত্ৰ সাধাৰণতে নিৰ্ভৰ কৰে দুটা প্ৰধান কাৰকৰ ওপৰত। এই কাৰক দুটা হৈছে -ক) কোনো এজন ব্যক্তিয়ে জন্ম প্রদত্তভাৱে উত্তৰ-পুৰুষৰ পৰা লাভ কৰা বিশেষত্বসমূহ।খ)এজন ব্যক্তি সমাজৰ নিৰ্ধাৰিত প্ৰতিমান আৰু সমাজ ব্যৱস্থাৰ সম্পর্কে পৰিপক্ক হৈ উঠাৰ লগে লগে ব্যক্তিজনৰ ওপৰত পৰা বাহ্যিক প্ৰভাৱসমূহ।এই কাৰক দুটাক পুনৰ তলত দিয়া ধৰণে শ্রেণীকৰণ কৰিব পাৰি -ক)ব্যক্তিৰ দৈহিক আৰু মানসিক বিশেষত্বসমূহ খ)ভৌতিক পৰিৱেশ গ)ব্যক্তিৰ বংশগত বিশেষত্বসমূহ ঘ)অর্থনৈতিক কাৰণসমূহ ঙ)সামাজিক কাৰণসমূহ চ)মনস্তাত্ত্বিক কাৰণ।        দুষ্ক্ৰিতিকাৰীক নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি: দুষ্ক্ৰিতিকাৰীকনিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰতবৰ্ষত তলত উল্লেখ কৰা পদ্ধতি কেইটা অৱলম্বন কৰা হয় -ক)ন্যায়ালয় খ)পুলিচ গ)কিশোৰ সংশোধিত গৃহ ঘ)কাৰাগাৰ ঙ)পৰিৰীক্ষা।                                                                                    ক) ন্যায়ালয়: ন্যায়ালয়ৰ বিচাৰ ব্যৱস্থাৰ দ্বাৰা চৰকাৰে দেশৰ পৰা দুষ্ক্রিয়তা নিয়ন্ত্রণ কৰিবলৈ প্ৰয়াস কৰে। 
খ) পুলিচ :শান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ কাৰণে পুলিচ আৰু আইন বলবৎকাৰী বিষয়াবিলাক নিযুক্তি দিয়া হয়। হত্যাকাৰী,চোৰ, ডকাইত, ধৰ্ষণকাৰীসকলক পুলিচে গ্রেপ্তাৰ কৰিবৰ বাবে শাৰীৰিক শক্তি প্রদান কৰিবলৈ বাধ্য হয়। সেয়ে দুষ্ক্রিয়তা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুলিচ প্রশাসনে বিশেষ ভূমিকা পালন কৰে।       গ) কিশোৰ সংশোধন গৃহ:  সাধাৰণ কাৰাগাৰত প্রাপ্তবয়স্ক অপৰাধীবিলাকৰ লগত দুষ্ক্ৰিতিকাৰীসকলক নাৰাখিবৰ কাৰণে কিশোৰ সংশোধনী গৃহ আছে।এই গৃহসমূহত কিশোৰসকলক ভৱিষ্যতে অর্থনৈতিক ভাৱে স্বাৱলম্বী হ'ব পৰাকৈ কাৰিকৰী শিক্ষাও প্ৰদান কৰা হয়।
ঘ)কাৰাগাৰ:কাৰাগাৰসমূহক সাধাৰণতে দুটা বিশেষ দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয়। প্ৰথমতে, কাৰাগাৰক অপৰাধী সংশোধনৰ এক অনুষ্ঠান হিচাপে গণ্য কৰা হয়। দ্বিতীয়তে,অপৰাধীক শাস্তি দিবৰ বাবে এক ব্যৱস্থা হিচাপে গণ্য কৰা হয়।
ঙ)পৰিবীক্ষণ: দুষ্ক্ৰিতিকাৰীসকলক সমাজৰ মূল পথলৈ অনাৰ ক্ষেত্ৰত পৰিবীক্ষণ এক গুৰুত্বপূৰ্ণ কৌশল। এই ব্যৱস্থাত অপৰাধী ব্যক্তিগৰাকীক তদাৰকী বিষয়াজনৰ তত্ত্বাৱধানত ৰাখিবলৈ দিয়া হয় যাতে অপৰাধী বক্তি গৰাকীয়ে নিজকে সংশোধন কৰিবলৈ সুবিধা পায়।
সামাজিক সমস্যাৱলী : যিবিলাক সমস্যা বা পৰিস্থিতিয়ে বুজন সংখ্যক লোকক প্ৰভাৱিত কৰে,তেনে সমস্যাক সামাজিক সমস্যাৱলী বুলি কোৱা হয় ।উদাহৰণস্বৰূপে, নিৱনুৱা সমস্যা, ডকাইটি, অপৰাধ ইত্যাদি । এনে সমস্যাবোৰে সমাজৰ সামাজিক মূল্যবোধত আঘাত কৰে আৰু সকলোৰে ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায় এনে সমস্যা সমাধান বিচাৰি সৰ্বসাধাৰণ ৰাইজে প্ৰতিবাদ আৰু বিদ্ৰোহ আৰম্ভ কৰে।                                  সামাজিক সমস্যাৰ সংজ্ঞা: ১) বেইনহাটয়ৰ মতে,"সামাজিক সমস্যা মানে হ'ল কোনো এখন সমাজৰ এটা দল বা শ্রেণীয়ে সম্মুখীন হোৱা এক পৰিস্থিতি যিটোৱে তেওঁলোকৰ ওপৰত হানিকাৰক প্ৰভাৱ পেলায় আৰু ইয়াক সমূহীয়াভাৱেহে সমাধান কৰিব পৰা যায় ।" ২) ফুলাৰ আৰু মেয়য়ৰ মতে,“সমাজিক সমস্যা হৈছে এটা অৱস্থা যিটো সমাজৰ সৰহ সংখ্যক ব্যক্তি সমাজৰ প্রতিস্থিত নীতি-নিয়মৰ পৰা আঁতৰি আহে।” ৩)হর্টন আৰু লেজলিৰ মতে,“সামাজিক সমস্যা হৈছে সমাজৰ দ্বাৰা স্বীকৃত তথা বিবাদমূলক অৱস্থা।”                                                 সামাজিক সমস্যাৰ প্ৰধান কাৰক : ক) সামাজিক সমস্যাসমূহৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু নিৰ্ভৰশীলতা থকাৰ বাবে এটা সামাজিক সমস্যাই অন্য এটা সামাজিক সমস্যা সৃষ্টি হোৱাত বিশেষ অৰিহণা যোগাই আৰু প্ৰভাৱ পেলায় খ) বিভিন্ন ব্যক্তি, সংগঠন, অনুষ্ঠান আৰু সামাজিক ব্যৱস্থাসমূহৰ মাজত সংঘাত সৃষ্টি হ’লে এনে সংঘাতে নতুন সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায় গ) সভ্যতাৰ দ্ৰুত বিকাশ সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায় । বিজ্ঞানৰ বিভিন্ন কলা-কৌশলে অৰ্থাৎ নতুন নতুন আৱিষ্কাৰে উদ্যোগসমূহত শ্ৰমিকৰ সংখ্যা হ্ৰাস কৰি নিৱনুৱা সমস্যাৰ দৰে সামাজিক সমস্যা সৃষ্টি  কৰিছে। ঘ) বৈজ্ঞানিক তথা প্ৰযুক্তিবিদ্যাৰ ৰেঙনিয়েও সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগাইছে । আধুনিক প্ৰযুক্তিবিদ্যাৰ বৰঙণি মোবাইল ফোন ,ফেচবুক, ইষ্টাগ্ৰাম, ইণ্টাৰনেট ইত্যাদিয়ে নৱ প্ৰজন্মক অপৰাধ কাৰ্যত লিপ্ত কৰাই হত্যা, সামাজিক ব্যাধি কাম-কাজত লিপ্ত হৈ পৰিছে । শেষত ক’ব পাৰি যে সামাজিক সমস্যাসমূহে সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু ধৰ্মীয় পৰিৱেশৰ উপৰত হানিকাৰক প্ৰভাৱ বিস্তাৰ কৰে ।

No comments:

Post a Comment