Pages

Pages

Thursday, October 6, 2022

কবিতা

             শাৰদী নিশা


শাৰদী নিশা শেৱালী জোপা 
সহস্ৰ ষোড়শী আখি ,
তাতেই যেন দূৰ্গা গোসাঁনী 
শুকুলা চাদৰ খনি ।

জোন তৰাই দীপাৱলী পাতিছে 
পূজা বেদীত ধূপৰ ঘ্ৰাণ ,
অশুভ বিনাশিকা , আই গোসাঁনী 
সবাকো কৰিবা পৰিত্ৰাণ ।

শ্ৰীযুত ভৱকান্ত গগৈ 
কমাৰ গাঁও (জয়পুৰ )

No comments:

Post a Comment