ছাৰক মই শ্ৰদ্ধা কৰোঁ, মোৰ ফিক্স সিদ্ধান্ত ,মই ছাৰৰ ওচৰত টিউচন কৰিবলৈ নাপালে ক'তো নকৰো । আমাৰ এটা বিষয়ত 500 টকাকৈ মুঠ 6×500= 1500 টকা দিবলৈ নাই । যিসকলৰ আছে যোৱক । আমাৰ দৰে দুখীয়াৰ বাবে ভাবা টিউচন শিক্ষক নিকটৱৰ্ত্তী অঞ্চলটোত নাই । সময়মতে টিউচনৰ ফিজ নিদিলে টিউচন এৰি দিব লাগিব ।কিন্তু ছাৰে টকাৰ বাবে টিউচন কৰা নাই, মাথোঁ আমাক আগবঢ়াই নিবলৈ সমাজখন আগুৱাই নিবলৈহে এই মহান কাম হাতত লৈছে ।
No comments:
Post a Comment