"বিশ্বখনিকৰ " কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিবলৈ বিচাৰিছে ? উত্তৰ : "বিশ্বখনিকৰ " কবিতা টোৰ মাজেৰে কবিয়ে প্ৰকৃততে পৰমেশ্বৰ কথা কৈছে আৰু পৰমেশ্বৰেই তেওঁ সৰ্বশক্তিমান , অন্তৰ্যামী আৰু সকলোতে বিৰাজমান এই বাবেই প্ৰকাশ কৰিব বিচাৰিছে । কবিৰ মতে এই বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰ ৰচনা বাহিৰে একোৰে অস্তিত্ব নাই ।
No comments:
Post a Comment