শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news
Pages
(Move to ...)
Home
সমাজ বিজ্ঞান(দশম শ্ৰেণী)
About me ((মোৰ বিষয়ে))
▼
Pages
(Move to ...)
Home
দশম শ্ৰেণী
CLASS : X ( A LETTER TO GOD)
নাভাবিবা অসীম সাহসৰ অঘোষ বাণীপাৰিব ...
▼
Friday, September 10, 2021
পূৰ্ণ সংখ্যা
পূৰ্ণ সংখ্যা
: শূন্য আৰু স্বাভাৱিক সংখ্যাক একত্ৰিত কৰিলে যিবোৰ সংখ্যা পোৱা যায় । সেইবোৰ সংখ্যাকে পূৰ্ণ সংখ্যা বোলে । উদাহৰণস্বৰূপে--0 , 1,2 ,3 ,4, 5 ইত্যাদি ।
ক) আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0 ।
খ) প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা ।
গ) প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা নহয় । কাৰণ শূন্য (0) টো এটা পূৰ্ণ সংখ্যা; কিন্তু ই স্বাভাৱিক সংখ্যা নহয় ।
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment