মূলা হৈছে এবিধ পাচলি । মানুহে নিজৰ ব্যঞ্জনাৰ বাবে মূলাৰ বীজ সিঁচে । সেই বীজৰপৰা গজালি মেলি মূলাজোপা দুপাত হৈ বিকশিত হওঁতেই উমান পোৱা যে মূলাৰ মূলটো কেনেধৰণে বৃদ্ধি হ'ব । মূলাৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা এনে বৈশিষ্ট্য মানুহৰ জীৱনটো দেখা পোৱা যায় । এটি শিশুৰ চাল-চলন, আচাৰ-ব্যৱহাৰ, কাৰ্য-প্ৰণালী , মানসিক ভাৱ-চিন্তা তথা বুদ্ধিমত্তা আদিৰ ওপৰত লক্ষ্য কৰি অনুমান কৰিব পৰা যায় যে শিশুটিৰ ভৱিষ্যত জীৱন কেনে হ'ব ।
No comments:
Post a Comment